নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি অনুষ্�
যোৱা ইং ৬ আগষ্ট, ২০২৬ তাৰিখে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানৰ সমান্তৰালকৈ নিৰ্মল হালৈ মহাবিদ্যালয়তো এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীযুত জিন্টু চৌধুৰী, বিশিষ্ট সমাজ সেৱক, পাঠশালা